0 votes
106 views
in General Knowledge by (33.3k points)
মাছৰ উজান কিয় উঠে?

1 Answer

0 votes
by (268k points)
 
Best answer
জহকালি প্ৰথম বৰষুণ দিবলৈ ধৰা সময়তে মাছৰ উজান উঠে। এই সময়ত মাছৰ কণী পৰাৰ সময়। কারৈ, মাণ্ডৰ, শিঙি আদি মাছে থকা ঠাইতে কণী নাপাৰি বহুদূৰ উজাই গৈ কণী পাৰে। সেয়ে জহকালি গাজনি-ঢেৰেকণিৰে বৰষুণ দিবলৈ ধৰা সময়তে পানীৰ সোঁতেৰে খালে-বামে উজাই গৈ কণী পাবে। এই কাৰণেই মাছৰ উজান উঠে।
...