0 votes
106 views
in General Knowledge by (33.3k points)
অসমৰ চাপৰিবিলাকত হোৱা প্রধান শস্যবিলাক কি কি?

1 Answer

0 votes
by (268k points)
 
Best answer
অসমৰ প্ৰায় সকলো ঠাইতে সকলোবিধ শস্যৰে খেতি কৰা হয়। ঘাইকৈ চাপৰিবিলাকত বহুৰি নতুন নতুন পলস পৰি অতি সাৰুৱা হৈ পৰাত তাত সেই শস্যসমূহৰ উৎপাদন অধিক হয়।

অসমৰ চাপৰিবিলাকত হোৱা প্রধান শস্যবিলাক হ'ল: নানাবিধ ধান, মাহ, সৰিয়হ, আলু, বিলাহী, ধপাত, কুঁহিয়াৰ, লাও, কোমোৰা আৰু নানা প্ৰকাৰৰ শাক-পাচলি।
...