0 votes
68 views
in Biology by (31.5k points)
ডি এন এ অনুৰ বহুনিউক্লীয়টাইড সূত্রিকাৰ প্ৰতিসমান্তৰাল অভিবিন্যাসৰ ইয়াৰ অনুকৃত্যায়নৰ ওপৰত প্ৰভাৱ কি?

1 Answer

0 votes
by (251k points)
 
Best answer
অনুকৃত্যায়নৰ সময়ত DNA অনুটোৰ এমূৰৰ পৰা পৰস্পৰ মুখামুখি হৈ থকা ক্ষাৰক বিলাকৰ মাজৰ হাইড্রাজেন বন্ধনবোৰ সুলকি পৰে। ইয়াৰ ফলত অনুটোৰ সূত্র দুডাল এমূৰৰ পৰা ক্ৰমে ইডালৰ পৰা সিডাল আতৰি যায়। এনেদৰে পৃথক হৈ যোৱা সূত্ৰডাল নতুন DNA অনু সূত্র গঠনৰ টেমপ্লেট হিচাবে কাম কৰে। নতুনকৈ উৎপন্ন হোৱা সূত্রডাল সদায় 5' - 3' দিশত হয়।
...