0 votes
75 views
in General Knowledge by (33.3k points)
মিহি মজিয়াত খোজ কাঢ়িলে আমি পিছলি পৰো কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
আমি যেতিয়া ৰাস্তাত বা কোনো ঠাইত খোজ কাঢ়ো আমাৰ ভৰিৰ চাপ মাটিৰ পশ্চাদ দিশে পৰে কিন্তু মাটিত বা ৰাস্তাৰ পিঠিখন সাধাৰণতে খহতা বাবে তাত ঘর্ষণ শক্তি বেছি থাকে যাৰ বাবে পিছলি নপৰাকৈ আৰু মাটিত হেঁচা দি আগুৱাই যাব পাৰোঁ। আনহাতে, সমতল এখন যিমানেই মিহি হয় তাৰ ঘৰ্ষণ শক্তি সিমানেই কম হয়। ঘর্ষণ শক্তি নথকা বাবেই মিহি মজিয়াত ভৰি দিয়াৰ লগে লগে মজিয়াখনে সেই হেঁচাৰ বিপক্ষে প্রতিৰোধ গঢ়িব নোৱাৰে। ফলত আমি পিছলি পৰো।
...