0 votes
84 views
in General Knowledge by (33.3k points)
আকাশখন পৃথিৱীৰ পৰা নীলা আৰু চন্দ্ৰৰ পৰা ক'লা দেখা যায় কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer

পৃথিৱীৰ বায়ুমণ্ডলত অসংখ্য ধূলিকণা থাকে। এই ধূলিকণাবোৰে সূৰ্যৰ পোহৰৰ নীল ৰংটোক প্রতিফলিত কৰে। কাৰণ সূৰ্যৰ পোহৰৰ নীলা ৰংটোৰ তৰংগ দৈর্ঘ্য বাকী ৰংবোৰৰ তুলনাত বেছি। সেইবাবে বাকী ৰংবোৰক শোষণ কৰি ধূলিকণাবোবে অকল নীলা ৰংটোকে প্রতিফলিত কৰে। ফলত আমি আকাশখন নীলা দেখো। কিন্তু যিহেতু চন্দ্রত বায়ুমণ্ডল নাই গতিকে তাত ধূলিকণাবোৰো শূন্যত ভাহি থকাৰ কোনো মাধ্যম নাই। সেইবাবে চন্দ্ৰৰ পৰা সূৰ্যৰ পোহৰৰ প্ৰতিফলিত ৰশ্মিও দেখা নাযায়। ফলত চন্দ্রপৃষ্ঠৰ পৰা মহাকাশখনক ক'লা দেখা যায়।

...