দার্শনিক ৰুছোৱে তেওঁৰ এমিল নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশক চাৰিটা স্তৰত বিভাজন কৰি দেখুৱাইছিল।