0 votes
145 views
in Education by (33.3k points)
দার্শনিক ৰুছোৱে তেওঁৰ ____ নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশক চাৰিটা স্তৰত বিভাজন কৰি দেখুৱাইছিল। (খালী ঠাই পূৰ কৰা)

1 Answer

0 votes
by (268k points)
 
Best answer

দার্শনিক ৰুছোৱে তেওঁৰ এমিল নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশক চাৰিটা স্তৰত বিভাজন কৰি দেখুৱাইছিল।

...