0 votes
75 views
in Biology by (31.5k points)
এমনিয়া সৃষ্টি হোৱাৰ লগে লগে দেহৰ পৰা বৰ্জন কৰাটো কিয় নিতান্তই প্রয়োজন?

1 Answer

0 votes
by (251k points)
 
Best answer
এম 'নিয়া, ইউৰিয়া বা ইউৰিক এছিডৰ তুলনাত অধিক বিষাক্ত আৰু ই পানীত দ্রৱনীয়। সেইবাবে এম'নিয়া সৃষ্টি হোৱাৰ লগে লগে দেহৰ পৰা বৰ্জন কৰাটো নিতান্তই প্রয়োজন নহ'লে ই দেহৰ ক্ষতি কৰিব।
...