0 votes
66 views
in Biology by (31.5k points)
অংগজ প্রবর্ধন কি? অংগজ প্রবর্ধনৰ সুবিধাসমূহ কি কি?

1 Answer

0 votes
by (251k points)
 
Best answer

যি পদ্ধতিত নিষেচন নোহোৱাকৈ মাতৃদেহৰ যিকোনো অংগৰ বিচ্ছিন্ন হৈ নতুন উদ্ভিদৰ সৃষ্টি কৰে তাক অংগজ প্রবর্ধন বোলে।

অংগজ প্রবর্ধনৰ সুবিধা -

  1. এই পদ্ধতিত সহজে, দ্রুতগতিত আৰু কম খৰচত বংশ বৃদ্ধি কৰিব পাৰি। 
  2. এই পদ্ধতিত নতুন চৰিত্ৰ আগমনৰ কোনো সুযোগ নাথাকে।
...