0 votes
95 views
in Biology by (33.3k points)
সাধাৰণতে বিশ্বাস কৰা হয় যে কেবল শিপাহে মাটিৰ তলত বিকশিত হয়। আদা যে এবিধ কাণ্ডহে শিপা নহয়, ইয়াক তুমি কেনেকৈ প্ৰমাণ কৰিবা?

1 Answer

0 votes
by (268k points)
 
Best answer
আদা শিপা নহয় কাণ্ডৰহে ৰূপান্তৰ কাৰণ আদাৰ দেহটো গাঁঠি আৰু পাবযুক্ত আৰু ইয়াৰ দেহত শল্পপত্র, মুকুল ইত্যাদি পোৱা যায়।
...