0 votes
83 views
in General Knowledge by (33.3k points)
শীতকালি ছালত নখেৰে আঁচুৰিলে বগা আঁচ পৰে কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
মানুহৰ ছালৰ একেবাৰে ওপৰৰ কর্ণিয়াম ঔৰটোৰ কোষবোৰ মৃত। শীতিকালি শুকান বতৰত ই শুকাই যায়। লাহেকৈ ঘহনি খালে বা নখেৰে আঁচুৰিলে শুকান মৃত কোষবোৰ ছালৰ পৰা এৰাই গৈ টুকুৰাত বগা আঁচ পৰে।
...