0 votes
74 views
in General Knowledge by (33.3k points)
নদী বা পুখুৰী এটাত সাতোৰাতকৈ সাগৰত সাতুৰিবলৈ বহুত সহজ কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
সাগৰৰ পানীৰ ঘনত্ব নৈৰ বা পুখুৰীৰ পানীৰ ঘনত্বতকৈ বেছি। ঘনত্ব বেছি হোৱা বাবে বস্তুৰ ওপৰত ইয়াৰ উর্ধমুখী চাপ বা প্লাবিতা নৈ বা পুখুৰীৰ পানীতকৈ বহুত বেছি নিম্নমুখী চাপ কম হোবাৰ বাবে সাগৰত সাতুৰিবলৈ বেছি সহজ।
...