0 votes
68 views
in Science by (33.3k points)
অম্ল বৰষুণ নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।

1 Answer

0 votes
by (268k points)
 
Best answer

অম্ল বৰষুণ নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া দুটা ব্যৱস্থা -

(a) যিবিলাক উদ্যোগৰপৰা SO₂ আৰু NO₂ নির্গত হয় সেইবিলাক উদ্যোগে আধুনিক প্রযুক্তি কৌশল অবলম্বন কৰি তেনে পদাৰ্থৰ নির্গমন ৰোধ কৰিব লাগে।

(b) যিবিলাক জলাশয়ৰ বা হ্রদ/পুখুৰীৰ পানী আম্লিক তেনেবিলাকত চুনজাতীয় বা অন্যান্য প্রশমন পদার্থ মিহলাব লাগে।

...