0 votes
58 views
in Science by (33.3k points)
নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

1 Answer

0 votes
by (268k points)
 
Best answer
উত্তৰঃ যিহেতু চাবোনৰ পানী ক্ষাৰকীয় হয় গতিকে এই দ্রবণে ৰঙা লিটমাছ নীলা কৰিব।
...