0 votes
61 views
in Science by (31.5k points)
কার্যকৰী মূলকসমূহক কিয় অণু এটাৰ সক্রিয় অংশ বুলি কোৱা হয়?

1 Answer

0 votes
by (251k points)
 
Best answer
কার্যকৰী মূলকসমূহক অণু এটাৰ সক্রিয় অংশ বুলি কোৱাৰ কাৰণ হৈছে কাৰ্যকৰী মূলকসমূহে অণুটোৰ বিক্রিয়াত অংশ লয় আৰু ই গোটেই অণুটোৰ ধৰ্ম নির্ধাৰণ কৰে।
...