0 votes
79 views
in Science by (33.3k points)
কার্যকৰী মূলকসমূহক কিয় অণু এটাৰ সক্রিয় অংশ বুলি কোৱা হয়?

1 Answer

0 votes
by (268k points)
 
Best answer
কার্যকৰী মূলকসমূহক অণু এটাৰ সক্রিয় অংশ বুলি কোৱাৰ কাৰণ হৈছে কাৰ্যকৰী মূলকসমূহে অণুটোৰ বিক্রিয়াত অংশ লয় আৰু ই গোটেই অণুটোৰ ধৰ্ম নির্ধাৰণ কৰে।
...