0 votes
58 views
in Science by (33.3k points)
আয়নীয় যৌগবোৰে গোটা অৱস্থাত কিয় বিদ্যুৎ পৰিবহন নকৰে?

1 Answer

0 votes
by (268k points)
 
Best answer
আয়নীয় যৌগবোৰে গোেটা অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে ইয়াৰ কাৰণ এয়ে যে গোটা অৱস্থাত যৌগৰ আয়নবোৰ কোনো চলাচল নহয়, যাৰ ফলত বিদ্যুৎ পৰিবহন হ'ব নোৱাৰে।
...