0 votes
83 views
in Economics by (5.9k points)
একচেতিয়া বজাৰৰ চাৰিটা বৈশিষ্ট্য লিখা।

1 Answer

0 votes
by (251k points)
 
Best answer
উত্তৰ: (১) একচেতিয়া বজাৰত মাত্ৰ এজন বিক্রেতা থাকে।

(২) বজাৰত অন্য প্রতিষ্ঠান প্ৰৱেশ কৰিব নোৱাৰে।

(৩) সমগ্ৰীবিধৰ কোনো নিকট প্রতিকল্প দ্রব্য নাথাকে।

(৪) একচেতিয়া ব্যৱসায়ীজন দৰ নিৰ্ণয় কৰোঁতা।
...