0 votes
83 views
in Economics by (6.6k points)
পূৰ্ণ নিয়োগ ভাৰসাম্যৰ ধাৰণাটো আগবঢ়োৱা।

1 Answer

0 votes
by (268k points)
 
Best answer
উত্তৰ: পূৰ্ণ নিয়োগ হ'ল এনে এটি অৱস্থা য'ত অর্থনীতিক সকলো সম্পদ সম্পূর্ণ নিয়োজিত হৈ থাকে। এনে অৱস্থাত সামগ্রিক চাহিদা আৰু সামগ্রিক যোগান পৰস্পৰ সমান হয়। পূর্ণ নিয়োগ অৱস্থাত চলিত মজুৰিৰ হাৰত কাম কৰিবলৈ ইচ্ছুক আৰু কাম কৰিবলৈ সক্ষমসকলে নিয়োগৰ সুবিধা লাভ কৰে।
...