উত্তৰ: প্ৰত্যাশিত বিনিয়োগ হ'ল পৰিকল্পিত বিনিয়োগ। ই হ'ল বিনিয়োগৰ সম্ভাব্য মান। প্রত্যাশিত বিনিয়োগৰ জৰিয়তে অৰ্থনীতি এখনৰ তাত্ত্বিক আৰ্হি নিৰ্ধাৰণ কৰা হয়।
আনহাতে প্রকৃত বিনিয়োগ হ'ল বিনিয়োগৰ প্ৰকৃত মান। প্রকৃত বিনিয়োগ বৃদ্ধি পালে পৰিকল্পিত বা প্রত্যাশিত বিনিয়োগ হ্রাস পায়।