0 votes
63 views
in Economics by (6.6k points)
প্রত্যাশিত বিনিয়োগ আৰু প্ৰকৃত বিনিয়োগৰ মাজৰ পাৰ্থক্য?

1 Answer

0 votes
by (268k points)
 
Best answer
উত্তৰ: প্ৰত্যাশিত বিনিয়োগ হ'ল পৰিকল্পিত বিনিয়োগ। ই হ'ল বিনিয়োগৰ সম্ভাব্য মান। প্রত্যাশিত বিনিয়োগৰ জৰিয়তে অৰ্থনীতি এখনৰ তাত্ত্বিক আৰ্হি নিৰ্ধাৰণ কৰা হয়।

আনহাতে প্রকৃত বিনিয়োগ হ'ল বিনিয়োগৰ প্ৰকৃত মান। প্রকৃত বিনিয়োগ বৃদ্ধি পালে পৰিকল্পিত বা প্রত্যাশিত বিনিয়োগ হ্রাস পায়।
...