0 votes
50 views
in Social science by (5.9k points)
অসমত ঔদ্যোগিক উন্নয়নৰ বাবে তিনিটা পৰামৰ্শ দিয়া।

1 Answer

0 votes
by (251k points)
 
Best answer
অসমৰ ঔদ্যোগিক উন্নয়নৰ বাবে তিনিটা পৰামৰ্শ হ'ল-

(ক) কৃষিক্ষেত্ৰত আধুনিকীকৰণ কৰা যাতে কৃষিভিত্তিক উদ্যোগসমূহে কেঁচামালৰ অভাৱ অনুভৱ নকৰে।

(খ) যাতায়ত আৰু পৰিবহন ব্যৱস্থা সুচল কৰা যাতে কেঁচামালৰ যোগান আৰু উৎপাদিত। সামগ্ৰীৰ বিতৰণ সু-পৰিচালিত হয়।

(গ) উন্নত প্রযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্রশিক্ষিত আৰু দক্ষ শ্রমিকৰ ব্যৱস্থা কৰা।
...