অসমৰ ঔদ্যোগিক উন্নয়নৰ বাবে তিনিটা পৰামৰ্শ হ'ল-
(ক) কৃষিক্ষেত্ৰত আধুনিকীকৰণ কৰা যাতে কৃষিভিত্তিক উদ্যোগসমূহে কেঁচামালৰ অভাৱ অনুভৱ নকৰে।
(খ) যাতায়ত আৰু পৰিবহন ব্যৱস্থা সুচল কৰা যাতে কেঁচামালৰ যোগান আৰু উৎপাদিত। সামগ্ৰীৰ বিতৰণ সু-পৰিচালিত হয়।
(গ) উন্নত প্রযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্রশিক্ষিত আৰু দক্ষ শ্রমিকৰ ব্যৱস্থা কৰা।