0 votes
94 views
in Science by (33.3k points)
ৰসস্ৰাৱ কাক বোলে?

1 Answer

0 votes
by (268k points)
 
Best answer
সেমেকা আৰু গৰম ৰাতিৰ পিছত ৰাতিপুৱা আমি কেতবোৰ গছৰ পাতৰ আগত আৰু পৰিধিৰ শিৰাবোৰৰ মূৰত কেতবোৰ পানীৰ টোপাল দেখো। এইবিলাক নিয়ৰৰ টোপাল নহয়। কিয়নো ৰাসায়নিক পৰীক্ষা কৰি চালে ইয়াত কেতবোৰ অজৈৱ লৱণ পোৱা যায়। গতিকে এই টোপালবোৰ উদ্ভিদৰ ৰসৰ টোপালহে। কিছু অংশ পানী বা ৰস উদ্ভিদে এইদৰে পাতৰ পৰিধি আৰু আগত থকা জলৰন্ধবোৰৰদ্বাৰা বাহিৰ কৰি দিয়ে। ইয়াকে ৰসস্রাব বা বিন্দুস্রাৱ বোলে।
...