0 votes
62 views
in Science by (31.5k points)
ছেন্ট্র'ছম আৰু ছেন্ট্রিঅ'লৰ মাজত পাৰ্থক্য কি?

1 Answer

0 votes
by (251k points)
 
Best answer

(ক) প্ৰ'টোপ্লাজমৰ এক বিশেষ সৰু অংশক ছেন্ট্র'ছম বুলি কোৱা হয় আৰু এই ছেন্ট্র'ছমৰ মাজত এটা বা দুটা সৰু গোলাকাৰ পদার্থ থাকে যাক ছেন্ট্রিঅ'ল বুলি কোৱা হয়।

(খ) ছেন্ট্রিঅ'লৰ চাৰিওফালে কিছুমান প্র'টোপ্লাজমিক আঁহ থাকে। এই আঁহবোৰ আৰু ছেন্ট্রিঅ'ল দুটাক একেলগে ছেন্ট্র'ছম বোলে। কিন্তু ছেন্ট্রিঅ'ল ছেন্ট্র'ছমৰ এটা অংশহে।

...