ফুলৰ বৃতিৰ (calyx) কাম কি?
ফুলৰ বৃতিৰ কাম: ইয়াব প্রধানতঃ কাম দুটা-(ক) কলি অৱস্থাত ই ফুলব প্রজনন অঙ্গবোৰ ব'দ, বতাহ, বৰষুণ আৰু পোক- পৰুৱাৰপৰা নিৰাপদে ৰাখে।(খ) সেউজীয়া হোৱা বাবে পাতৰ দৰে ইও আহাৰ তৈয়াৰ কৰিব পাৰে।