0 votes
61 views
in Science by (31.5k points)
edited by

ফুল বৃতিৰ (calyx) কাম কি?

1 Answer

0 votes
by (251k points)
 
Best answer

ফুলৰ বৃতিৰ কাম: ইয়াব প্রধানতঃ কাম দুটা-

(ক) কলি অৱস্থাত ই ফুলব প্রজনন অঙ্গবোৰ ব'দ, বতাহ, বৰষুণ আৰু পোক- পৰুৱাৰপৰা নিৰাপদে ৰাখে।

(খ) সেউজীয়া হোৱা বাবে পাতৰ দৰে ইও আহা তৈয়াৰ কৰিব পাৰে।

...