0 votes
79 views
in Science by (6.6k points)
শাখা বিন্যাস কি? ই কেই প্ৰকাৰৰ আৰু কি কি?

1 Answer

0 votes
by (268k points)
 
Best answer
উদ্ভিদ বাঢ়ি অহাৰ লগে লগে ঘাই কাণ্ডৰ পৰা বহুতো প্ৰকাৰৰ শাখা-প্রশাখাৰ উদ্ভব হয়। যি প্রণালীৰে উদ্ভিদৰ ঘাই কাণ্ডৰ পৰা শাখা-প্রশাখা ওলায় তাকেই শাখা বিন্যাস বোলা হয়।

শাখা বিন্যাস দুই প্ৰকাৰৰ।

যেনে-

(ক) পার্শ্বীয় (Lateral) আৰু

(খ) দ্বাগ্র (Dichotomous)
...