0 votes
75 views
in General Knowledge by (33.3k points)
শাৰীৰিক মানসিক ভাবে বাধাগ্রস্ত ব্যক্তিসকলৰ প্ৰতি আমাৰ মনোভাৱ কেনে হোৱা উচিত?

1 Answer

0 votes
by (268k points)
 
Best answer
শাৰীৰিক বা মানসিক অক্ষমতা সমাজৰ অন্তৰায় নহয়। সিহঁত মানুহ। তেনেলোকক অৱহেলা কৰা মানে সিহঁতৰ অক্ষমতাক দমন কৰি বিকাশ হোৱাত বাধা দিয়া। সেয়েহে। শাৰীৰিক মানসিক বাধাগ্রস্তসকলক সহানুভুতিৰে চাব লাগে।
...