0 votes
55 views
in Science by (5.9k points)
জননকোষ সৃষ্টিৰ সময়ত হ্রাসাত্মক বিভাজনৰ কিয় প্রয়োজন হয়?

1 Answer

0 votes
by (251k points)
 
Best answer
জননকোষ সৃষ্টিৰ সময়ত হ্রাসাত্মক বিভাজনত জননকোষৰ ক্ৰম'জ'মৰ সংখ্যা এণ্ডনীয় (n) হয়। পুং আৰু স্ত্রী জননকোষৰ মিলনৰ ফলত যোজন কোষত ক্ৰম'জম'ৰ সংখ্যা দ্বিগুন (2n) হয়। যোজন কোষৰ দৈহিক কোষ বিভাজনৰ দ্বাৰা ভ্রূণীয় বিকাশ ঘটে।
...