0 votes
84 views
in General Knowledge by (5.9k points)
অসমত বাঘৰ সংখ্যা ক্রমান্বয়ে কমি অহাৰ কাৰণ কি বুলি কোৱা হৈছে?

1 Answer

0 votes
by (251k points)
 
Best answer
বনৰীয়া জীৱ-জন্তু বাস কৰে গভীৰ বন-অৰণ্যত। সিহঁতৰ খাদ্য হ'ল হাবি- বন, অৰণ্য কাটি প্রায় নাইকিয়া কৰিবলৈ ধৰাত খাদ্যৰ অভাৱত আৰু বাসস্থানৰ অভাৱত জীৱ-জন্তুৰ সংখ্যাও লাহে লাহে কমি আহিবলৈ ধৰিলে। বাঘ মাংসভোজী জন্তু। মানুহে হাবি কাটি খাস্তাং কৰাৰ ফলত বাঘে মাৰি খোৱা জীৱ-জন্তুৰ সংখ্যা কমি আহিল আৰু সেই কাৰণে অসমত বাঘৰ সংখ্যাও কমি আহিল বুলি কোৱা হৈছে।
...