0 votes
72 views
in General Knowledge by (31.5k points)
কোন কোন দেশৰ ৰজাই ৰুদ্ৰসিংহৰ সকলো কাৰ্যৰ বাবে সাজু হ'বলৈ আগবাঢ়িছিল?

1 Answer

0 votes
by (251k points)
 
Best answer
দৰং, বৰদুৱাৰ, ন-দুৱাৰ, পাস্তন, ভোলাগাঁও, মৈৰাপুৰ, ৰাণী, লুকি, বনগাঁও, পাণবাৰী, খোলা, নেলি, গোেভা, চহৰী, ডিমৰুৱা আদি ৰাজ্যৰ ৰজাসকলে ৰুদ্ৰসিংহ স্বৰ্গদেৱক কৰভাৰ দি তেওঁৰ সকলো কাৰ্যৰ বাবে সাজু হ'বলৈ আগবাঢ়ি আহিছিল।
...