0 votes
102 views
in General Knowledge by (33.3k points)
কাণ কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
কাণ চাফা কৰিবলৈ জধে-মধে পিন, জুইশালৰ কাঠি আদি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। সদায় কপাহ বা কোমল বস্তুৰ সহায়ত কাণ চাফা কৰিব লাগে। কেতিয়াবা বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত কাণৰপৰা পুঁজ ওলালে, ডাক্তৰ বা অভিজ্ঞ লোকৰ সহায়ত কাণ পৰিষ্কাৰ কৰাব লাগে।
...