0 votes
24 views
in Science by (28.3k points)
মাটিৰ সাৰুৱা গুণ কেনেদৰে নষ্ট হ'ব পাৰে?

1 Answer

0 votes
by (221k points)
 
Best answer
মাটিৰ সাৰুৱা গুণ বিভিন্ন কাৰণত নষ্ট হ'ব পাৰে, যেনে-

(i) অধিক মাত্রাত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিলে,

(ii) বিষাক্ত বা পচিব নোৱাৰা আৱৰ্জনা বেছি হ'লে,

(iii) অধিক মাত্ৰাত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে।
...