0 votes
61 views
in Science by (30.2k points)
ঘাঁহ-বন নাথাকিলে বাঘে খাবলৈ আহাৰ পালেহেঁতেননে? যদি নাপায় কিয়?

1 Answer

0 votes
by (240k points)
 
Best answer
ঘাঁহ-বন নাথাকিলে বাঘে খাবলৈ আহাৰ নাপালেহেঁতেন। কাৰণ বাঘে তৃণভোজী প্রাণীৰ মাংস খাই জীয়াই থাকে। তৃণভোজী প্রাণীবিলাকে আকৌ ঘাঁহ-বন খাই জীয়াই থাকে। গতিকে ঘাঁহ-বন নাথাকিলে তৃণভোজী প্রাণী থাকিব নোৱাৰে। সেইবাবে খাদ্যৰ অভাৱত বাঘো থাকিব নোৱাৰে।
...