0 votes
69 views
in Science by (30.2k points)
সৌৰ শক্তি কি কি কামত ব্যৱহাৰ কৰা হয় লিখা।

1 Answer

0 votes
by (240k points)
 
Best answer
সৌৰ শক্তি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়; যেনে-

(i) সেউজীয়া গছ-গছনিয়ে সালোকসংশ্লেষণৰ দ্বাৰা খাদ্য উৎপন্ন কৰিবলৈ সৌৰ শক্তি ব্যৱহাৰ কৰে।

(ii) সৌৰকোষৰ সহায়ত সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰি বিভিন্ন কামত লগোৱা হয়।

(iii) সৌৰ চৌকাৰ সহায়ত সৌৰ শক্তিক তাপ শক্তিলৈ ৰূপান্তৰিত কৰি ৰন্ধন বা অইন কার্যত ব্যৱহাৰ কৰা হয়।
...