0 votes
31 views
in Science by (28.3k points)
আলিবাটৰ বৈদ্যুতিক তাঁৰবোৰ বছৰৰ কোন সময়ত তললৈ বেছি ওলমি থাকে? এনে হোৱাৰ কাৰণ কি?

1 Answer

0 votes
by (221k points)
 
Best answer
আলিবাটৰ বৈদ্যুতিক তাঁৰবোৰ বছৰৰ গ্ৰীষ্মকাল বা গৰমৰ দিনত বেছি ওলমি থকা দেখা যায়। ইয়াৰ কাৰণ-গৰমৰ দিনত বায়ুমণ্ডল শীতকালতকৈ অধিক উত্তপ্ত হয়। ইয়াৰ ফলত বৈদ্যুতিক তাঁৰবোৰ উত্তপ্ত হয়। ইয়াৰ ফলত তাঁৰবোৰৰ প্ৰসাৰণ হয় আৰু বেছিকৈ তললৈ ওলমি পৰে।
...