0 votes
73 views
in Science by (30.2k points)
ৰেলৰ একোটা লাইনৰ মাজে মাজে ফাঁক থাকে কিয়?

1 Answer

0 votes
by (240k points)
 
Best answer
তাপ পালে পদাৰ্থৰ প্ৰসাৰণ ঘটে। ৰেল লাইনৰ ওপৰেদি ৰেলগাড়ী চলিলে ঘৰ্ষণৰ ফলত তাপ উৎপন্ন হয় আৰু ৰেল লাইনৰ প্ৰসাৰণ হয়। এই প্ৰসাৰণ যাতে সুকলমে হয় আৰু ৰেলগাড়ীৰ দূৰ্ঘটনা নঘটে তাৰ বাবে একোটা লাইনৰ মাজত ফাঁক ৰখা হয়।
...