0 votes
68 views
in Science by (33.3k points)
এটা কাঁচৰ গিলাচৰ আধাখিনিলৈ পানী ভৰাই তাত এটা চিন দি লোৱা। এইবাৰ এটা শিলগুটি গিলাচটোত লাহেকৈ পেলাই দিয়া। পানীৰ উচ্চতাৰ কি পৰিৱৰ্তন দেখিলা ?

1 Answer

0 votes
by (268k points)
 
Best answer
শিলগুটি বা যিকোনো বস্তুৱে ঠাই আগুৰে। কোনো বস্তুবে আগুৰা ঠাইখিনিক তাৰ আয়তন বোলে। গতিকে শিলগুটিটো পানীত পেলাই দিয়াত সি তাৰ আয়তনৰ সমান পানী আঁতৰাই পানীত ডুব যোৱাত পানীৰ উচ্চতা কিছু পৰিমাণে বাঢ়ি গ'ল।
...