Login
Remember
Register
Poraxali.com
Questions
Unanswered
Users
Ask a Question
Ask a Question
এটা কাঁচৰ গিলাচৰ আধাখিনিলৈ পানী ভৰাই তাত এটা চিন দি লোৱা। এইবাৰ এটা শিলগুটি গিলাচটোত লাহেকৈ পেলাই দিয়া।
0
votes
86
views
asked
Apr 8
in
Science
by
Priya
(
33.3k
points)
এটা কাঁচৰ গিলাচৰ আধাখিনিলৈ পানী ভৰাই তাত এটা চিন দি লোৱা। এইবাৰ এটা শিলগুটি গিলাচটোত লাহেকৈ পেলাই দিয়া। পানীৰ উচ্চতাৰ কি পৰিৱৰ্তন দেখিলা ?
Facebook
Twitter
Please
log in
or
register
to answer this question.
1
Answer
0
votes
answered
Apr 8
by
Haren
(
268k
points)
Best answer
শিলগুটি বা যিকোনো বস্তুৱে ঠাই আগুৰে। কোনো বস্তুবে আগুৰা ঠাইখিনিক তাৰ আয়তন বোলে। গতিকে শিলগুটিটো পানীত পেলাই দিয়াত সি তাৰ আয়তনৰ সমান পানী আঁতৰাই পানীত ডুব যোৱাত পানীৰ উচ্চতা কিছু পৰিমাণে বাঢ়ি গ'ল।
Please
log in
or
register
to add a comment.
Related questions
0
votes
1
answer
99
views
এটা গিলাচত চপচপীয়াকৈ পানী লৈ এখন ডাঠ কাগজেৰে ঢাকি লৈ গিলাচটো উলটাই দিয়াতো গিলাচৰ পানীখিনি পৰি নাযায় কিয়?
asked
Mar 20
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
92
views
মাটিৰ শুকান চপৰা এটা পানীত পেলাই দিলে বুৰবুৰণি ওলাই অহা দেখা যায় কিয়?
asked
Apr 2
in
Science
by
Kabita
(
6.6k
points)
0
votes
1
answer
95
views
সংযোজী প্রাণী কাক বোলে? এটা উদাহৰণ দিয়া।
asked
Jan 19
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
89
views
আত্মীকৰণৰ বাবে হোৱা এটা পাবযুক্ত ৰূপান্তৰিত শাখা কাণ্ডৰ এটা উদাহৰণ দিয়া।
asked
Jan 31
in
Biology
by
Priya
(
33.3k
points)
0
votes
1
answer
108
views
'শক্তি ৰূপান্তৰিত' হোৱা বুলিলে কি বুজা যায়? এটা উদাহৰণ দিয়া।
asked
Jun 16
in
Science
by
Priya
(
33.3k
points)
Categories
All categories
Biology
(74)
Science
(189)
Maths
(107)
English
(91)
Grammar
(92)
Education
(15)
Computer Science
(18)
Others
(31)
Economics
(23)
Geography
(27)
Social science
(73)
Business Studies
(15)
General Knowledge
(42)
History
(10)
...