0 votes
75 views
in Science by (5.9k points)
চেনি আৰু নিমখ এই দুইবিধ পদাৰ্থৰ ভিতৰত কোনবিধ পানীত বেছি দ্রবণীয়?

1 Answer

0 votes
by (251k points)
 
Best answer
সমান পৰিমাণৰ চেনি আৰু নিমখ দ্রবীভূত কৰিবলৈ বেলেগ বেলেগ পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। সাধাৰণতে চেনি দ্রবীভূত কৰিবলৈ বেছি পানীৰ প্ৰয়োজন হয়। গতিকে চেনিতকৈ নিমখৰ দ্ৰৱণীয়তা বেছি।
...