0 votes
82 views
in Science by (6.6k points)
পদাৰ্থৰ অণুৰ গতি আছে বুলি কেনেকৈ জানিব পাৰি?

1 Answer

0 votes
by (268k points)
 
Best answer
এডাল ধূপকাটি জ্বলাই এটা কোঠালিৰ মেজৰ ওপৰত থৈ দিলে, কিছুসময়ৰ পাছত তাৰ গোন্ধ গোটেই কোঠালিটোত বিয়পি পৰে। অৰ্থাৎ ধূপকাঠিৰপৰা গোন্ধযুক্ত অণুবোৰ কোঠালিটোত সিঁচৰিত হয়। গতিকে দেখা যায় যে পদাৰ্থৰ অণুবোৰৰ গতি আছে।
...