0 votes
75 views
in Science by (33.3k points)
কিছুমান দমকল বা কুঁৱাৰ পানীৰে কাপোৰ ধুলে কাপোৰত ৰঙা বা হালধীয়া দাগ পৰে কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
পানীত কিছুমান খনিজ লৱণ দ্রবীভূত হৈ থাকে। এই লৱণবোৰৰ কিছুমান বায়ুৰ সংস্পৰ্শলৈ আহিলে অদ্রাব্য পদাৰ্থলৈ পৰিণত হয়। ইয়াৰ বাবে ধোৱা কাপোৰ ৰঙা বা হালধীয়া দাগ পৰে।
...