0 votes
80 views
in Science by (33.3k points)
বায়ুৰ কিছুমান পৰোক্ষ ব্যৱহাৰ উল্লেখ কৰা।

1 Answer

0 votes
by (268k points)
 
Best answer
বায়ুৰ কিছুমান পৰোক্ষ ব্যৱহাৰ -

(ক) বায়ুৱে উদ্ভিদৰ বীজ দূৰলৈ আঁতৰাই নি বংশ বৃদ্ধিত সহায় কৰে।

(খ) বায়ুৱে উদ্ভিদৰ পৰাগযোগত সহায় কৰে।

(গ) বায়ু থকাৰ বাবেই চৰাই উৰিব পাৰে।

(ঘ) বায়ুৱে পালতৰা নাও আৰু উৰাজাহাজ চলোৱাত সহায় কৰে।

(ঙ) ধান, মাহ, মৰাপাট, খৰি আদি শুকুৱাত সহায় কৰে।

(চ) চাউলৰপৰা তুঁহ গুচোৱাত বায়ুৰে সহায় কৰে।
...