Login
Remember
Register
Poraxali.com
Questions
Unanswered
Users
Ask a Question
Ask a Question
এটা গিলাচত চপচপীয়াকৈ পানী লৈ এখন ডাঠ কাগজেৰে ঢাকি লৈ গিলাচটো উলটাই দিয়াতো গিলাচৰ পানীখিনি পৰি নাযায় কিয়?
0
votes
73
views
asked
Mar 20
in
Science
by
Priya
(
33.3k
points)
এটা গিলাচত চপচপীয়াকৈ পানী লৈ এখন ডাঠ কাগজেৰে ঢাকি লৈ গিলাচটো উলটাই দিয়াতো গিলাচৰ পানীখিনি পৰি নাযায় কিয়?
Facebook
Twitter
Please
log in
or
register
to answer this question.
1
Answer
0
votes
answered
Mar 20
by
Haren
(
268k
points)
Best answer
বায়ুৱে উর্ধমুখী হেঁচা বা চাপ দিয়ে। পানীপূর্ণ গিলাচটো ডাঠ কাগজেৰে ঢাকি উলটাই দিয়াত বায়ুৱে কাগজখনত ওপৰলৈ হেঁচা দিয়াৰ বাবে কাগজখন পৰি নাযায়। সেইবাবে পানীখিনিও পৰি নাযায়।
Please
log in
or
register
to add a comment.
Related questions
0
votes
1
answer
67
views
লোৰে নিৰ্মিত বেজী এটা পানীত ডুব যায় কিন্তু লোৰে নিৰ্মিত জাহাজ এখন পানীত ডুব নাযায় কিয়?
asked
Jul 1
in
General Knowledge
by
Priya
(
33.3k
points)
0
votes
1
answer
67
views
এটা কাঁচৰ গিলাচৰ আধাখিনিলৈ পানী ভৰাই তাত এটা চিন দি লোৱা। এইবাৰ এটা শিলগুটি গিলাচটোত লাহেকৈ পেলাই দিয়া।
asked
Apr 8
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
49
views
এডাল জ্বলি থকা মমবাতি গিলাচেৰে ঢাকি দিলে নুমাই যায় কিয়?
asked
Apr 6
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
64
views
মাটিৰ শুকান চপৰা এটা পানীত পেলাই দিলে বুৰবুৰণি ওলাই অহা দেখা যায় কিয়?
asked
Apr 2
in
Science
by
Kabita
(
6.6k
points)
0
votes
1
answer
61
views
বহু যুগ ধৰি নদ-নদী, সাগৰ আদিৰ পানী ব্যৱহাৰ কৰি থকাৰ ফলতো শুকাই যোৱা নাই কিয়?
asked
Apr 6
in
Science
by
Priya
(
33.3k
points)
Categories
All categories
Biology
(74)
Science
(189)
Maths
(107)
English
(91)
Grammar
(92)
Education
(15)
Computer Science
(18)
Others
(31)
Economics
(23)
Geography
(27)
Social science
(73)
Business Studies
(15)
General Knowledge
(42)
History
(10)
...