0 votes
72 views
in Science by (33.3k points)
এটা গিলাচত চপচপীয়াকৈ পানী লৈ এখন ডাঠ কাগজেৰে ঢাকি লৈ গিলাচটো উলটাই দিয়াতো গিলাচৰ পানীখিনি পৰি নাযায় কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
বায়ুৱে উর্ধমুখী হেঁচা বা চাপ দিয়ে। পানীপূর্ণ গিলাচটো ডাঠ কাগজেৰে ঢাকি উলটাই দিয়াত বায়ুৱে কাগজখনত ওপৰলৈ হেঁচা দিয়াৰ বাবে কাগজখন পৰি নাযায়। সেইবাবে পানীখিনিও পৰি নাযায়।
...