0 votes
83 views
in Science by (31.5k points)
বায়ুমণ্ডল থকা বাবে আমাৰ কি কি সুবিধা হৈছে?

1 Answer

0 votes
by (251k points)
 
Best answer
বায়ুমণ্ডল থকা বাবে আমাৰ বহুতো সুবিধা হৈছে; যেনে -

(ক) পৃথিৱীখন অতি বেছি তপত বা অতি শীতল হ'ব নোৱাৰে।

(খ) সূৰ্যৰ অতি বেঙুনীয়া (বিপদজনক) ৰশ্মি পৃথিৱীলৈ আহিব নোৱাৰে।

(গ) জীৱ-জন্তু জীয়াই থকাৰ বাবে প্রয়োজনীয় পানী আৰু গেছ বায়ুমণ্ডলে ধৰি ৰাখে।
...