0 votes
85 views
in General Knowledge by (31.5k points)
কলগছৰ 'গুলী' বুলি কওঁতে কেঙে কি বুজাইছিল? কি কামত এই গুলী ব্যৱহাৰ কৰিছিল?

1 Answer

0 votes
by (251k points)
 
Best answer
কলগছৰ 'গুলী' বুলি কওঁতে কেঙে এইবুলি বুজাইছিল যে সৰু সৰু কলগছৰ টুকুৰাবোৰকেই কলগছৰ গুলী বোলে।

কলগছৰ গুলীবোৰ কেটেলা পহু ধৰিবলৈ ব্যৱহাৰ কৰিছিল। চোতালত কচুৰ দ'ম থৈ দিলে ৰাতি তালৈ কেটেলা পহুবোৰ কচু খাবলৈ আহে। তেতিয়া কলগছৰ এই টুকুৰাবোৰ তাৰ গালৈ মাৰি পঠিয়াই তাৰ কাঁইটত লাগি ধৰে আৰু তেতিয়া সি ৰৈ যায়। তাৰ পিছত ডাঙৰ পল'ৰে ঢাকি তাক ধৰি পেলায়।
...