0 votes
72 views
in General Knowledge by (33.3k points)

জাৰৰ দিনত কুলি চৰাইবোৰে কি কৰে?

1 Answer

0 votes
by (268k points)
 
Best answer

জাৰৰ দিনত কুলি চৰাইবোৰ সাধাৰণতে ভৈয়াম অঞ্চলত বা গাঁও অঞ্চলত নাথাকে। ইহঁত গভীৰ বননি আৰু পাহাৰ অঞ্চললৈ গুচি যায়। অৱশ্যে কোনো কোনো কুলি চৰাই এইবোৰ অঞ্চলতো থাকি যায়; কিন্তু এই সময়ছোৱাত অর্থাৎ জাৰৰ দিনত সিহঁতে মাত নামাতে।

...