জাৰৰ দিনত কুলি চৰাইবোৰে কি কৰে?
জাৰৰ দিনত কুলি চৰাইবোৰ সাধাৰণতে ভৈয়াম অঞ্চলত বা গাঁও অঞ্চলত নাথাকে। ইহঁত গভীৰ বননি আৰু পাহাৰ অঞ্চললৈ গুচি যায়। অৱশ্যে কোনো কোনো কুলি চৰাই এইবোৰ অঞ্চলতো থাকি যায়; কিন্তু এই সময়ছোৱাত অর্থাৎ জাৰৰ দিনত সিহঁতে মাত নামাতে।