0 votes
81 views
in General Knowledge by (33.3k points)
কুলিক ভ্রমণকাৰী চৰাই বুলি কিয় কোৱা হয়?

1 Answer

0 votes
by (268k points)
 
Best answer
কুলি চৰাই সকলো ঋতুতে একে ঠাইতে নাথাকে। যি ঠাইত বসন্ত ঋতু হয় সেই ঠাইতে কুলি চৰাই থাকে। সেই কাৰণে শীতকালত ই আন ঠাইলৈ গুচি যায়। এইদৰে বিভিন্ন ঋতুত কুলি চৰাই বিভিন্ন দেশলৈ গুচি যায় কাৰণে ইয়াক ভ্ৰমণকাৰী চৰাই বুলি কোৱা হয়।

অসমতো বসন্ত কালতহে কুলি চৰাই দেখিবলৈ বা তাৰ মাত শুনিবলৈ পোৱা যায়। বাকী সময়ছোৱাত কুলি চৰাই ইয়াৰ পৰা আন ঠাইলৈ গুচি যায়।
...