0 votes
81 views
in Science by (33.3k points)
পানী বাষ্পীভূত হয় অথচ তেল বাষ্পীভূত নহয় কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
পানীৰ ঘনত্ব আৰু উতলাংক (যি উষ্ণতাত উতলে) তেলৰ ঘনত্ব আৰু উতলাংকতকৈ বহুত কম। সেইবাবে পানী কম উষ্ণতাতে আৰু সাধাৰণ বায়ুৰ পৰিৱেশত বাষ্পীভূত হয়। কিন্তু তেলৰ ঘনত্ব আৰু উতলাংক অধিক হোৱা বাবে তেল বাষ্পীভূত হ'বলৈ যথেষ্ট তাপ আৰু খৰকৈ বোৱা বতাহৰ প্ৰয়োজন হয়।
...